বন্ধ নহয় অসম চৰকাৰৰ নিযুক্তি প্ৰক্রিয়া: No Provision of Stop Government Job Recruitment in 2020
Skip to content Skip to sidebar Skip to footer

বন্ধ নহয় অসম চৰকাৰৰ নিযুক্তি প্ৰক্রিয়া: No Provision of Stop Government Job Recruitment in 2020

Notification
বন্ধ নহয় অসম চৰকাৰৰ নিযুক্তি প্ৰক্রিয়া
কি কলে ডঃ হিমন্ত বিশ্ব শৰ্মই

not stop government job

অসম চৰকাৰৰ নতুন নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰচাৰিত হৈ আছে কিছু ভুৱা বাতৰি। সকলোলোককে AssamGuru.com ৰ পৰা অনুৰোধ যে এনেকুৱা ভুৱা বাতৰিত ভুল নাযাবলৈ। নিযুক্তি সন্দৰ্ভত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী (ডঃ হিমন্ত বিশ্ব শৰ্মা) ডাঙৰীয়াৰ এটা ভিডিও ক্লিপ তলত দিয়া হল।

What'sApp Alert
Facebook Page

বন্ধ হব নেকি অসমত চৰকাৰী চাকৰিৰ নিযুক্তি

ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি পাব।

আজিৰ সংবাদ মেলত চৰকাৰী নিয়োগ সম্পৰ্কত কি কলে মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই...
আজি কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। আজি এক সংবাদমেলত অসমৰ মাননীয় বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব।


DHS Assam Grade iv Results: ClickHere


● অহাকালি ঘোষণা কৰা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল।
● এইকেইদিনত ওলাব নতুন প্ৰায় ১,০০০ পদৰো বিজ্ঞাপন।
● এই পদবোৰৰ বাবে ইতিমধ্যে বিত্ত বিভাগে অনুমোদন দিছে।
● সকলো বিভাগত খালী হোৱা পদবোৰৰ নিয়োগ চলি থাকিব বুলি মন্তব্য কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।



Please Share
---