50 important GK Question And Answers in Assamese [Part: 02]

Assam GK Part: 02
GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

1. সাৰ ব্যৱহাৰ কৰিলে খেতি পথাৰত-

উত্তৰ: অজৈৱ আৰু জৈৱ যৌগৰ যোগান ধৰা হয়।

2. জনসংখ্যা বাঢ়িলে কি হয়?

উত্তৰ: সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা বৃদ্ধি হয়।

3. কাগজ কলত(Peper Mill) কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়?

উত্তৰ: পাৰা।

4. ঔদ্যোগিক আৱৰ্জনাবোৰ-

উত্তৰ: মাৰাত্মক জল প্ৰদূষক।

5. গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি?

উত্তৰ: ঘৰুৱা নল-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱা কাৰণে।

6. তলত দিয়া কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয়?

উত্তৰ: কলেৰা আৰু ডিছেন্ট্ৰি।

7. ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ-

উত্তৰ: উত্তৰেদি।

8. গুৱাহাটী মহানগৰীৰ সমতল ভাগৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায়-

উত্তৰ: 55 মিটাৰ ওপৰত।

9. গুৱাহাটী মহানগৰীত বায়ুৰ প্ৰদূষণত যান-বাহনৰ যোগদান প্ৰায়-

উত্তৰ: 80%

10. গুৱাহাটী মহানগৰীৰ জনসংখ্যা-

উত্তৰ: 22 লাখৰ অধিক।

11. মানুহৰ বসতিপ্ৰধান অঞ্চলত কোলাহল প্ৰদূষণ(noise pollution) মাত্ৰা কিমানত সীমিত থাকিব লাগে?

উত্তৰ: 70 ডেচিবেল।

12. নিৰ্বনানীকৰণৰ ফলত-

উত্তৰ: বেছি ভূমি স্খলন হয়।

13. সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে?

উত্তৰ: 33

14. অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম হ’ল-

উত্তৰ: লিডু আৰু মাৰ্ঘেৰিটা।

15. বায়ুত প্ৰলম্বিত কণাৰ(SPM) সহনযোগ্য পৰিমাণ কি?

উত্তৰ: প্ৰতি ঘনছেন্টিমিটাৰত 100 মাইক্ৰ’গ্ৰাম।

16. ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস(Red) বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে?

উত্তৰ: 7


17. অসমৰ কোন কোন নগৰত চিকিৎসালয় আৰু নাৰ্ছিংহোমৰ পৰা নিষ্কাশিত জৈৱ-ৰাসায়নিক আৱৰ্জনাৰ সমস্যা আটাইতকৈ গুৰুতৰ?

উত্তৰ: গুৱাহাটী আৰু ডিব্ৰুগড়

18. অবায়ৱিক বেক্টেৰিয়াই(anaerobic bacteria)কি কৰে?

উত্তৰ: অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ(organic matter) বিযোজন ঘটায়।

19. চুনামী(Tsunami)কি?

উত্তৰ: সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ।

20. চিপকো আন্দোলন(Chipko Movement) কোন ৰাজ্যত হৈছিল?

উত্তৰ: উত্তৰ প্ৰদেশ।

21. প্ৰদূষণৰ পৰা তাজমহল ৰক্ষা কৰাৰ বাবে সুদীৰ্ঘ দিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলোৱা ব্যক্তিগৰাকী হ’ল-

উত্তৰ: এম চি মেহতা।

22. নিজম উপত্যকা(Silent Valley) কোন ৰাজ্যত হৈছিল?

উত্তৰ: কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য(tropical rain forest)

23. ভাগীৰথী নদীত তেহৰী বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: সুন্দৰলাল বহুগুণা।

24. পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ: 1972, জুন।

25. পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণী বতাহক কি বোলে?

উত্তৰ: টাইফুন।

26. পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাষ্ম ইন্ধন হৈছে?

উত্তৰ: কয়লা।

27. উদ্ভিদৰ পাতত থকা ক্ল’ৰ’ফিলৰ ৰং কি?

উত্তৰ: সেউজীয়া।

28. ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন কি?

উত্তৰ: ষ্টেট’সফিয়াৰত থকা অ’জন ধ্বংসকাৰী গেছ।

29. ইউক্ৰেইনত স্থাপিত 1000 MW ক্ষমতাৰ চেৰ্নবিল নিউক্লীয় ৰিয়েক্টৰৰ দুৰ্ঘটনা-

উত্তৰ: 1986 চনত হৈছিল আৰু ২০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল।

30. তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী(যেনে: ভেকুলী) বোৰক বোলে-

উত্তৰ: গৌণ উপভোক্তা।

31. মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি:

উত্তৰ: দশম।

32. কোনবিধ জীৱ অক্সিজেঞ্জ নোহোৱাকৈও জীয়াই থাকিব পাৰে?

উত্তৰ: কিছুমান বেক্টেৰিয়া।

33. কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অ’জন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ’ব ধৰিছে?

উত্তৰ: ক্ল’ৰফ্ল’ৰকাৰ্বন।


34. গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে?

উত্তৰ: অৱলোহিত ৰশ্মি।

35. যি জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক বোলে-

উত্তৰ: স্বপোষী।

36. তলত দিয়া কোনটো নদীবান্ধ হৈ উঠা নাই?

উত্তৰ: শৰাইঘাট।

37. বন্যপ্ৰাণী সংৰক্ষণ আইন-

উত্তৰ: 1972

38. পৰিৱেশ(সংৰক্ষণ) আইন-

উত্তৰ: 1980

39. তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী?

উত্তৰ: তেজস্ক্ৰিয় আৱৰ্জনা।

40. কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি?

উত্তৰ: কনিমিটাৰ।

41. তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য?

উত্তৰ: পানী।

42. তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়?

উত্তৰ: সৌৰশক্তি।

43. কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ(Bird’s flu) হয়?

উত্তৰ: H1N1

44. ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰ: 1980

45. বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন-

উত্তৰ: 1981

46. বনসংৰক্ষণ আইন-

উত্তৰ: 1980

47. জল প্ৰদূষণ সংৰক্ষণ আইন-

উত্তৰ: 1974

48. কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়?

উত্তৰ: গৰুৰ গাখীৰ।

49. নাইট্ৰাছ অক্সাইডৰ পৰা

উত্তৰ: এচিড বৰষুণ হয়।

৯০)খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে-

উত্তৰ: শক্তিৰ অপচয় বৃদ্ধি হয়।

50. সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়?

উত্তৰ: কাৰ্বন ডায়’ক্সাইড।
Go To: Part- 01
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download