Skip to content Skip to sidebar Skip to footer

50 Question of GK with Answers in Assamese: Assam Gk 2020 For Job Exam [Part: 01]

Part: 01
GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

1. নাগাৰ্জুন সাগৰ অভয়াৰণ্য(sanctuary) ক’ত অৱস্থিত?

উত্তৰ: অন্ধ্ৰ প্ৰদেশ।

2. তলত দিয়া কোনটো যোৰ মিলা নাই-

উত্তৰ: ঘড়িয়াল-কাজিৰঙা।

3. কানহা(Kanha) ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?

উত্তৰ:মধ্যপ্ৰদেশ।

4. ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন(Biodiversity Act) কেতিয়া প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ: 2002

5. তলত দিয়া কোনটো যোৰ মিলিছে ?

উত্তৰ: সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান।

6. বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ-

উত্তৰ: নৰ্বনানীকৰণ(deforestation)।

7. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?

উত্তৰ: গুজৰাট।

8. আটাইতকৈ বেছি পৰিমাণৰ পৰিস্কাৰ পানী(fresh water) ক’ত পোৱা যায় ?

উত্তৰ: হ্ৰদ।

9. পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল’ব লাগে ?

উত্তৰ: তৰপ পদ্ধতি(terracing)।

10. শস্যাৱৰ্ত্তনৰ কাৰণে(crop rotation)-

উত্তৰ: মাটিৰ উৰ্বৰতা বাঢ়ে।

11. চিনকোনা(chincona) গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয় ?

উত্তৰ: বাকলি।

12. ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়’ডিজেল(biodiesel) উৎস হিচাপে কি ব্যৱহাৰ কৰা হয় ?

উত্তৰ: Pongamia

13. ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত(extinct) হৈছে ?

উত্তৰ: চিতা বাঘ।

14. তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকতাপন্ন(endangered) ?

উত্তৰ: বনৰীয়া গাধ।

15. জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায় ?

উত্তৰ: জনসংখ্যাসূচক(population index)।

16. জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ-

উত্তৰ: তৃণভোজী।


17. জৈৱ নাইট্ৰ’জেন যৌগবোৰ এম’নিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি বোলে ?

উত্তৰ: Ammonification.

18. খাদ্য শৃংখলত শক্তি কিদৰে প্ৰ্ৱেশ কৰে ?

উত্তৰ: উৎপাদকৰ যোগেদি।

19. ভাৰতত তলত দিয়াবোৰৰ ভিতৰত কাৰ জিন বৈচিত্ৰ্য(genetic diversity) সৰ্বাধিক ?

উত্তৰ: আম।

20. কৃষিভূমিৰ উৰ্বৰতা কি কাৰণে হ্ৰাস পায় ?

উত্তৰ: পচিব ধৰা জৈৱ পদাৰ্থৰ কাৰণে।

21. জনসংখ্যা বৃদ্ধিৰ হাৰ ক’ত সৰ্বাধিক ?

উত্তৰ: লেটিন আমেৰিকা।

22. তলত দিয়াবোৰৰ ভিতৰত কোনটো নৱীকৰণযোগ্য ?

উত্তৰ: বায়ুত থকা অক্সিজেন।

23. বতৰৰ পৰিঘটনাবোৰ ক’ত ঘটে ?

উত্তৰ: ট্ৰপ’সফিয়াৰ।

24. হিউমাছ(humus) কি ?

উত্তৰ: মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে।

25. সালোক সংশ্লেষণ-

উত্তৰ: উদ্ভিদৰ সকলো অংশতে হয়।

26. উৎপাদকে-

উত্তৰ: নিজে নিজৰ খাদ্য উৎপাদন কৰে।

27. বহুতো সম্প্ৰদায় বসবাস কৰা একেটা বৃহৎ অঞ্চলক কি বোলে ?

উত্তৰ: বায়’ম(biome)

28. নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি ?

উত্তৰ: যান-বাহন।

29. গাড়ীমটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে ?

উত্তৰ: হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড।

30. কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয় ?

উত্তৰ: জীৱিকা উপাৰ্জনৰ পথ সহজে পায়।

31. কোনবোৰ দেশত জনসংখ্যা বিসফোৰণ ৰোধ কৰিব পৰা হৈছে ?

উত্তৰ: উন্নত দেশত।

32. বৰ্তমান পৃথিৱীৰ জনসংখ্যা-

উত্তৰ: প্ৰায় 7 বিলিয়ন।

33. কি কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আছে ?

উত্তৰ: নিৰ্বনানীকৰণ আৰু জীৱাষ্ম ইন্ধনৰ দহন।


34. প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি ?

উত্তৰ: মিথেন।

35. বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন তৰপ থাকে ?

উত্তৰ: ষ্ট্ৰেট’সফিয়াৰ।

36. তেজস্ক্ৰিয় পদাৰ্থ-

উত্তৰ: এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে।

37. কীটনাশক বোৰ কি ?

উত্তৰ: শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈৱ ৰাসায়নিক পদাৰ্থ।

38. অ’জন হোল(Ozone hole)-

উত্তৰ: পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি।

39. নিউক্লীয় দ্বি-ভঙ্গন-

উত্তৰ: ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়।

40. অৱলোহিত ৰশ্মি হৈছে-

উত্তৰ: ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ।

41. ষ্ট্ৰেট’সফিয়াৰত থকা অ’জন গেছৰ-

উত্তৰ: তৰপটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।

42. এয়ৰ’ছল(aerosol) কি ?

উত্তৰ: বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা।

43. কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দূৰ্ঘটনাটো ঘটি বহুলোকৰ মৃত্যু হৈছিল ?

উত্তৰ: মিথাইল আইচ’চায়েনেট(MIC)।

44. মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা কোনবিধ গেছে তাজমহল প্ৰদূষিত কৰিব বুলি শংকা কৰা হৈছে ?

উত্তৰ: চালফাৰ ডায়’ক্সাইড।

45. কাৰ্বন ডাই অক্সাইডে-

উত্তৰ: অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে।

46. স্মগ(smog) কি ?

উত্তৰ: নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী।

47. জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন কিয় হ’ব পাৰে ?

উত্তৰ: বায়ু প্ৰদুইষণ আৰু নিৰ্বনানীকৰণৰ কাৰণে।

48. ঔদ্যোগিক বিপ্লৱ(Industrial Revolution) কোন শতিকাত হৈছিল ?

উত্তৰ: ওঠৰ।

49. জল আৱদ্ধকৰণ(water logging) কিয় হয় ?

উত্তৰ: অধিক বৰষুণ হোৱা আৰু অধিক পৰিমাণে জনসিঞ্চন কৰা কোনো ঠাইৰ পৰা বন্ধ পানী ওলাই যাব নোৱাৰা কাৰণে।

50. জৈৱ গেছ(biogas)-

উত্তৰ: এবিধ প্ৰদূষণমুক্ত ইন্ধন।


Go To: Part- 01


▶ GK Important questions

▶ History Important questions
Deepjyoti Kalita
Deepjyoti Kalita Deepjyoti Kalita is a web enthusiast, solo entrepreneur, professional blogger, and photographer who loves creating useful things on the Internet. He has a strong interest in technology, blogging, web development, and digital content creation. He completed his HSLC examination with distinction in 2012 and his Higher Secondary examination in 2014. He later completed his Bachelor of Computer Applications (BCA) from Lalit Chandra Bharali College. Along with blogging, Deepjyoti has a passion for photography and enjoys exploring new ideas and technologies. Through his work on the web, he aims to create useful and informative content for readers. He is based in Assam, India, and continues to explore the fields of blogging, technology, photography, and online entrepreneurship.