Assam GK | Assamese GK Questions with Answers [Part 01]

Assam GK: Part 1

For all competitive examinations, basic facts about India is an important topic. It is an unavoidable part of the General Knowledge section. The basic facts include the topic ‘states in India’. All the details related to history, geography, education systems, demography, government and politics, economy, culture related to the particular state. Also, the current affairs related to the state is important. So, in this article learn about Assam, the Tea Garden of India, and practice Assam General Knowledge questions and answers.

Basic Facts About Assam


অসম সাত ভগ্নীত অন্তৰ্ভুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অন্তৰ্গত। ১৯৫৬ চনৰ ১ নৱেম্বৰত গঠন হোৱা এইখন অসমক ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগৰ দৰে ৰাজ্যৰে আগুৰি আছে। ভূটান আৰু বাংলাদেশৰ সৈতেও ইয়াৰ সীমা ভাগ।
  • ৰাজধানী চহৰ: দিছপুৰ
  • চৰকাৰী ভাষা: অসমীয়া, বডো
  • ৰাজ্যিক প্ৰাণী: এক শিং থকা গঁড়
  • ৰাজ্যিক চৰাই: বগা পাখি থকা কাঠৰ হাঁহ
  • প্ৰধান নদী: ব্ৰহ্মপুত্ৰ, মানস, সুবনশিৰি, সোণাই
  • ৰাজ্যিক ফুল: ফক্সটেইল অৰ্কিড
  • ৰাজ্যিক গছ: হলং
ADRE আৰু অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্ভাব্য প্ৰশ্নোত্তৰ:

Assamese General Knowledge Questions with Answers

50 Assam General Questions & Answer


১) অসম ৰাজ্য ভাৰতৰ কোন দিশে অৱস্থিত?
উত্তৰ:- উত্তৰ-পূব কোণত।

২) অসমৰ উত্তৰে আছে-
উত্তৰ:- ভূটান আৰু অৰুণাচল প্ৰদেশ।

৩) অসমৰ পূবে আছে-

উত্তৰ:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ।


৪) অসমৰ দক্ষিণে আছে-

উত্তৰ:- মিজোৰাম আৰু ত্ৰিপুৰা।


৫) অসমৰ পশ্চিমে আছে-

উত্তৰ:- মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ।


৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰ:- বাংলাদেশ।


৭) অসমৰ প্ৰাকৃতিক অঞ্চলকেইটা?

উত্তৰ:- তিনিটা।


৮) অসমৰ মুঠ জিলা কেইখন?*

উত্তৰ:- ৩১ খন।


৯) ২০১১ চনৰ মতে অসমৰ জনসংখ্যা কিমান?*

উত্তৰ:- ৩,১১,৬৯,২৭২ জন।


১০) ২০১১ চনৰ মতে অসমৰ স্বাক্ষৰতাৰ হাৰ কিমান?*

উত্তৰ:- ৭৩.১৮ শতাংশ।


১১)  ২০১১ চনৰ মতে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ:- ৭৮.৮১ শতাংশ।


১২) ২০১১ চনৰ মতে অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ:- ৬৭.২৭ শতাংশ।


১৩) অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?*

উত্তৰ:- নগাঁও।


১৪) অসমৰ কোনখন জিলাত জনসংখ্যা কম?

উত্তৰ:- ডিমা হাছাও।


১৫) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?

উত্তৰ:- কামৰূপ।


১৬) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম?

উত্তৰ:- ধুবুৰী।


১৭) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?

উত্তৰ:- কামৰূপ।


১৮) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব কম?

উত্তৰ:- ডিমা হাছাও।


১৯) অসমৰ কোনখন জিলাত নগৰীয়া জনসংখ্যাৰ অনুপাত বেছি?

উত্তৰ:- কামৰূপ।


২০) অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি?

উত্তৰ:- কাৰ্বি আংলং।


২১) অসমৰ কোনখন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ:- তেজপুৰ।


২২) অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়?

উত্তৰ:- শুৱালকুছি।


২৩) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?

উত্তৰ:- হাফলং।


২৪) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?*

উত্তৰ:- তেজপুৰ।


২৫) নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ:- খাগৰিজান।


২৬) অসমৰ পুৰণি নাম কি আছিল?

উত্তৰ:- কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ।


২৭) অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ:- কামৰূপ।


২৮) কামৰূপৰ পুৰণি নাম কি?*

উত্তৰ:- প্ৰাগজ্যোতিষ।


২৯) প্ৰাচীন কামৰূপৰ পীঠ কেইটা?

উত্তৰ:- চাৰিটা।


৩০) অসমৰ মাটিকালি কিমান?*

উত্তৰ:- ৭৮৪৩৮ বৰ্গকিলোমিটাৰ।


৩১) অসমৰ ৰাজধানী কি?

উত্তৰ:- দিছপুৰ।


৩২) অসমৰ জাতীয় সংগীত কি?

উত্তৰ:- অ মোৰ আপোনাৰ দেশ।


৩৩) অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


৩৫) অসমৰ জাতীয় জন্তু কি?

উত্তৰ:- এশিঙীয়া গঁড়।


৩৫) অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ:- বিহু।


৩৬) অসমৰ ৰাজ্যিক (জাতীয়) পক্ষী কি?

উত্তৰ:- দেওহাঁহ।


৩৭) অসমৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- কপৌফুল।


৩৮) অসমৰ ৰাজ্যিক বৃক্ষ কি?

উত্তৰ:- হোলোং।


৩৯) অসমৰ ৰাজ্যিক পানীয় কি?

উত্তৰ:- চাহ।


৪০) অসমৰ ৰাজ্যিক জলজ পশু কি?

উত্তৰ:- শিহু।


৪১) অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী প্ৰণেটা কোন?

উত্তৰ:- আহোমসকল।


৪২) আহোমসকল কেতিয়া অসমলৈ আহে?

উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।


৪৩) আহোমৰ প্ৰথম/আদি ৰজা কোন আছিল?*

উত্তৰ:- চুকাফা।


৪৪) আহোম ৰজা চুকাফাৰ ৰাজত্বকাল কিমান?

উত্তৰ:- আনুমানিক ১২২৮-১২৬৮ খ্ৰীষ্টাব্দ।


৪৫) আহোমৰ শেষ ৰজা কোন আছিল?*

উত্তৰ:- পুৰন্দৰ সিংহ।


৪৭) আহোম ৰাজ্য কেতিয়া স্থাপিত হৈছিল?*

উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।


৪৭) কোন চনত চুকাফা অসমলৈ আহিছিল?

উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।


৪৮) আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

উত্তৰ:- ৬০০ বছৰৰ অধিক (প্ৰায় ৬১০ বছৰ)।


৪৯) আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ:- চৰাইদেউত।


৫০) আহোমসকলৰ আদি বাসস্থান ক'ত আছিল?

উত্তৰ:- চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল।


2nd Part: Click Here
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download