Assam General Knowledge (GK) Important Questions and Answers 2019 For Constitution of India

GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

Assam General Knowledge (GK) Important Questions and Answers 2019 For Constitution of India


1. সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম আছিল___ ।
ভাৰত
গ্ৰেট ব্ৰিটেইন
আমেৰিকা
চুইজাৰলেণ্ড

2. অসম চৰকাৰে অসম পৌৰ আইন___ ত গ্ৰহণ কৰে ।

1994 চনত
1995চনত
1956চনত
1972 চনত

3. ভাৰতীয় জনতা দলৰ সৃষ্টি হয়___ চনত ।

1980চনত
1982চনত
1985চনত
1969চনত

4. গণতন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো হল___ ।

ৰাজনৈতিক দল
ৰাজনৈতিক নেতা
স্থানীয় প্ৰশাসন
বিদ্যালয়

5. ___ চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল ।

1954চনত
1995চনত
1952চনত
1961চনত

6. ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়___ চনত ।

14 নবেম্বৰ
24 অক্টোবৰ
10ডিচেম্বৰ
12অক্টোবৰ

8. নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা হল___ জন ।

10জন
7জন
9জন
20জন

9. সাম্যবাদ হিংসা নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত এই উক্তিটো আছিল___ ।

এৰিষ্টটল
প্লেটো
গান্ধী
হৱস

10. এৰিষ্টটলৰ মতে সৰ্বশ্ৰষ্ঠ চৰকাৰ হল___ ।

গণতন্ত্ৰ
ৰাজতন্ত্ৰ
শৈৰ্তন্ত্ৰ
অভিজাততন্ত্ৰ

11. দফিয়া নীতিৰ প্ৰবৰ্তন কৰিছিল___ ।

ৰুচো
উইলচন
ৰুজভেল্ট
চাৰ্চিল

12. পৃথিৱীৰ___ ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাঢ় বুলি কোৱা হয় ।

ভাৰতবৰ্ষ
আমেৰিকা
চুইজাৰলেণ্ড
পাকিস্তান

13. ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্যৰ সংখ্যা হল___ জন ।

12 জন
250 জন
2 জন
20 জন

14. ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল___ চনত ।

1966
1975
1971
1972

15. অসম বিধান সভাৰ সদস্যৰ সংখ্যা___গৰাকী ।

125গৰাকী
126গৰাকী
130গৰাকী
60গৰাকী

16. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে___ ।

উপৰাষ্ট্ৰপতি
লোকসভাৰ অধ্যক্ষ
প্ৰধান মন্ত্ৰী
ৰাষ্ট্ৰপতি

19. তলত দিয়া কোনখন ৰাজ্যত দিসংশদীয় বিধান মণ্ডল নাই ?

বিহাৰ
কৰ্ণাটক
উত্তৰপ্ৰদেশ
পশ্চিবঙ্গ

20. বিধান সভাৰ সদস্য হব লাগিলে নিন্যতম বয়স কিমান হব লাগিব___ বছৰ ।

25 বছৰ
30 বছৰ
35 বছৰ
18 বছৰ

21. গুৱাহাটী পৌৰ নিগম আইন পাছ কৰা হয়___ চনত ।
1959
1969
1979
1980

22. ভাৰতীয় সংবিধানৰ অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে নিৰ্বাচনী আয়ুক্তক নিযুক্ত কৰে___ ।
343
243
472
272

23. ভাৰতীয় সংসদ নাগৰিকত্ব আইন গ্ৰহণ কৰে___ চনত ।
1951 চনত
1955 চনত
1960 চনত
1952 চনত

24. ভাৰতীয় সংবিধানত বৰ্তমান ___টা অনুসূচি আছে ।
10 টা
12 টা
22 টা
395 টা

25. ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি আছিল___ ।
জৱাহৰলাল নেহেৰু
আম্বেদকাৰ
মহাত্মা গান্ধী
ৰাজেন্দ্ৰ প্ৰসাদ

26. তলৰ কোনটো চৰকাৰৰ অংশ নহয় ?
ন্যায় পালিকা
কাৰ্য পলিকা
শিক্ষা পলিকা
বিধান পলিকা

27. মন্ত্ৰী সভা পৰিচালিত চৰকাৰৰ জন্মদাতা হল___ ।
ভাৰতবৰ্ষ
আমেৰিকা
চীন
গ্ৰেট ব্ৰিটেইন

28. দ্বৈত নাগৰিকত্ব কোণখন ৰাষ্ট্ৰৰ বৈশিষ্ট ?
আমেৰিকা
কানাডা
ভাৰত
চীন

29. নিম্নোক্ত কোনখন দেশ এক কন্দ্ৰিও চৰকাৰৰ অন্তৰ্ভুক্ত নহয় ?
ইংলেণ্ড
চীন
আমেৰিকা
ইটালী

30. ভাৰতবৰ্ষত ___উপায়েৰে নাগৰিকত্ব লাভ কৰিব পাৰে ।
4 টা
5 টা
3 টা
2 টা

31. তলত দিয়া কোনখন ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰ প্ৰচলন নাই ?
ভাৰতবৰ্ষ
ৰাছিয়া
ইংলেণ্ড
চুইজাৰলেণ্ড

32. নিম্নোক্ত কোনটো অধিকাৰ পৌৰ অধিকাৰৰ অন্তৰ্ভুক্ত নহয় ।
জীৱন ৰক্ষাৰ অধিকাৰ
মতামত প্ৰকাশৰ অধিকাৰ
ভোটদানৰ অধিকাৰ
শিক্ষাৰ অধিকাৰ

33. তলৰ কোনটো বিষয় উচ্চ ন্যায়ালয়ৰ কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰে ।
মৌলিক ক্ষমতা
লখযাৰিৰ ক্ষমতা
বিবিধ ক্ষমতা
সংবিধান ব্যাখ্যা কৰাৰ ক্ষমতা

34. লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে কোনে ?
লোকসভাৰ সদস্যসকলক
লোকসভাৰ অধ্যক্ষই
প্ৰধান মন্ত্ৰী
সংসদৰ সদস্য সকলে

35. জনমত কি ?
সংখ্যাগৰিষ্ঠৰ মত
সকলোৰে মত
সকলোৰে কল্যাণকামী মত
জনসাধাৰনৰ মত

36.  বিত্ত বিধেয়ক খন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে ?
25 দিন
14 দিন
60 দিন
90 দিন

37. ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
62 বছৰ
65 বছৰ
60 বছৰ
64 বছৰ

38. ৰাজ্যিক বিধান সভাৰ পৰিষদৰ সদস্যৰ সংখ্যা কিমান জনতকৈ অধিক হব নোৱাৰিব ?
30 জন
40 জন
60 জন
500 জন

39. বৰ্তমান সীমিত ৰাষ্ট্ৰৰ প্ৰচলন আছে ।
ভাৰতত
স্পেইনত
ইংলেণ্ডত
চীন দেশত

40. হিন্দু মহাসভা গঠন কৰা হৈছিল ।
1924 চনত
1916 চনত
1920 চনত
1921 চনত

GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download