GK Important questions And Answer | General Knowledge (GK) Questions

GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

DHS(FW) Written Test 2019


*মেডিকেল বিভাগৰ লিখিত পৰীক্ষাত অহা 30 টা প্ৰশ্নৰ উত্তৰ

1. হিন্দু ধৰ্মত কেইখন বেদ আছে ?
2 খন
3 খন
4 খন
5 খন

2. ত্ৰিপিটক কোন ধৰ্মৰ ধাৰ্মপুঠি ?
হিন্দু ধৰ্ম
শিখ ধৰ্ম
বৌদ্ধ ধৰ্ম
জৈন ধৰ্ম

3. চন্দ্ৰ মৌৰ্যৰ ৰাজসভাত কোন জন গ্ৰীক ৰাষ্ট্ৰদূত উপস্থিত আছিল ?
চেলিউকাছ
দায়েমেকাম
স্প্লিনি
মেগাস্নেনিচ

4. তলত উল্লেখ কৰা কোন জন ৰজাক জ্ঞানী মূৰ্খ ৰজা বোলা হৈছিল ?
বহলোল লোদী
মহমদ বিন টোগলক
আলাউদ্দিন খিলিজি
ফিৰোজ ছাহ টোগোলক

5. প্ৰথম শিখ গুৰু কোন আছিল ?
নানক
অংগদ
অমৰদাছ
ৰাম

6. পণ্ডিত ৰবিশংকৰ কোন বাদ্য যন্ত্ৰৰ সৈতে জঢ়িত আছিল ?
চিতাৰ
ভাইলিন
সৰোদ
সন্তৰ

7. কোনটো নক্ষত্ৰ পৃথিৱীৰ নিকতন দূৰত্বত অৱস্থিত ?
চাইৰিয়াছ
সূৰ্য
ভেগা
পলৰিছ

8. আমাৰ সৌৰজগতৰ কেইটা গ্ৰহ আছে ?
8 টা
9 টা
10 টা
11 টা


9. পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদী কোন খন ?
আমাজন
কংগো
নীল
হোৱাং হো

10. নিউ ইউৰ্ক চহৰ কোন খন নদীৰ পাৰত অৱস্থিত ?
হাডছন নদী
মিছিছিপি নদীৰ
দেলাৱেৰ নদী
মিচৌৰি নদী

11. পণ্ডিত ৰবিসংকৰ কোন বাদ্যযন্ত্ৰৰ লগত জৰিত ?
চিতাৰ
ভায়লিন
সৰোড
চন্তৰ

12. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনটো ?
মাদাগাস্কাৰ
মাল্টা
গ্ৰীনলেণ্ড
সুমাত্ৰা

13. পাকিস্তানৰ ৰাজধানী কোন খন ?
কৰাচী
লাহোৰ
ইছলামাবাদ
ৰৱলপিন্দি

14. তলত দিয়া কোন খন 'Land of midnight Sun বুলি কোৱা হয় ?
এন্টাৰ্কটিকা
নৰৱে
কানাডা
জাপান

15. Statue of Liberty  কত অৱস্থিত ?
ফ্ৰান্স
জাৰ্মানী
আমেৰিকা যুক্তৰাষ্ট্ৰ
ইটালী

16. The Discovery of India কিতাপখন কোনে লিখিছিল ?
অৰুণ সৌড়ী
চন্দ্ৰশেখৰ
অনিতা দেশাই
জৱাহৰলাল নেহেৰু

17. ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয় ?
8 মাৰ্চ
15 আগষ্ট
14 নবেম্বৰ
5 ছেপ্টেম্বৰ

18. জলদপাৰা ৰাষ্ট্ৰীয় উদ্যান কত অৱস্থিত ?
হিমাচল প্ৰদেশ
ৰাজস্থান
গুজৰাট
পশ্চিমবঙ্গ

19. এখন হকী খলত প্ৰতিটো দলত কাইটকৈ খেলুৱৈ থাকে ?
8 টা
9 টা
10 টা
11 টা


20. Off Side শব্দটো তলৰ কোনবিধ খালৰ লগত জঢ়িত ?
গল্ফ
ফুটবল
ছুটিং
ভলিবল

21. তলত উল্লেখ কৰা কোন জন ভাৰত ৰত্ন উপাধি লাভ কৰিছিল ?
ৰবীন্দ্ৰ নাথ ঠাকুৰ
পি . ভী নৰসিংহ ৰাও
গোপীনাথ বৰদলৈ
বইজয়ন্তিমালা

22. চেন্নাইৰ পুৰণা নাম কি আছিল ?
তামিলনাডু
মাদ্ৰাজ
কাইম্বাটোৰে
কেলিকট

23. তলত দিয়া কোন জন ফ্ৰন্টিয়াৰ গান্ধী নামে প্ৰসিদ্ধ ?
সঞ্জয় গান্ধী
ফিৰোজ গান্ধী
খন আব্দুল গফুৰ খান
জো প্ৰকাশ নাৰায়ন

24. '10 Downing Street' কাৰ চৰকাৰী বাসভৱন ?
আমেৰিকাৰ ৰাষ্ট্ৰপতি
ভাৰতৰ ৰাষ্ট্ৰপতি
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি
ইংলেণ্ডৰ ৰাষ্ট্ৰপতি

25. তলত দিয়া কোন জনৰ বাহিৰে আটাইকেইজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ?
চন্দ্ৰশেখৰ
এইছ. ডী. দেৰেগৌৰি
প্ৰণৱ মুখৰ্জী
ভি. পি. সিং

26. ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি ?
গড়
হাতী
বাঘ
গৰু

27. দাচিগম ৰাষ্ট্ৰীয় উদ্যান কোন  খন ঠাইত অৱস্থিত ?
উত্তৰপ্ৰদেশ
কৰ্ণাটক
তামিলনাডু
জম্মু আৰু কা্মীৰ

28. ডেৰাডুন কোন খন ৰাজ্যৰ ৰাজধানী ?
উত্তৰ প্ৰদেশ
উত্তৰাখণ্ড
হিমাচল প্ৰদেশ
হাৰিয়ানা

29. আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোন খন ৰাজ্যত আছে ?
গুজৰাট
মহাৰাষ্ট্ৰ
অন্ধৰপ্ৰদেশ
উৰিষ্যা

30. পেৰিছ কোন খন নদীৰ পাৰত অৱস্থিত ?
ডেণুউব
টেমচ
চীন
নীল
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download