40 important GK Question And Answers in Assamese [Part: 02]

Assam GK Part: 03


GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

1. উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-

উত্তৰ: কলচী উদ্ভিদ।

2. সৰ্পগন্ধা কি?

উত্তৰ: এবিধ বনৌষধি।

3. মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া-

উত্তৰ: লুপ্ত প্ৰজাতি।

4. জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল-

উত্তৰ: জল প্ৰদূষণ।

5. কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত?

উত্তৰ: অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।

6. কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?

উত্তৰ: সৰীসৃপ।

7. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?

উত্তৰ: কৰ্বেট।

8. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি?

উত্তৰ: বাঘ।

9. বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা(Silent Valley) ক’ত অৱস্থিত?

উত্তৰ: কেৰেলা।

10. বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?

উত্তৰ: চিৰিয়াখানা।

11. ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?

উত্তৰ: উদ্ভিদ আৰু প্ৰাণী।

12. কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?

উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।

13. কোনো এটা নিৰ্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?

উত্তৰ: বায়’ম।

14. এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?

উত্তৰ: অসম

15. বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?

উত্তৰ: 78 ভাগ।

16. পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?

উত্তৰ: Hackel

17. নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?

উত্তৰ: প্ৰবাহমান জলজ(lotic)।

18. তলত দিয়া কোনবিধ উপাদান স্বপোষী?

উত্তৰ: সেউজীয়া উদ্ভিদ।

19. পৃথিৱীৰ কম উন্নত(LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ?

উত্তৰ: 78।

20. পৰুৱাবোৰ-

উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।


21. পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়?

উত্তৰ: 20।

22. গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?

উত্তৰ: দ্বিতীয়।

23. ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ?

উৎস: বোম্বে হাই।

24. তলত দিয়া কোনবিধ সজুঁলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়?

উত্তৰ: চিস্ম’গ্ৰাফ।

25. তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়?

উত্তৰ: চোডিয়াম ক্ল’ৰাইড।

26. এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে?

উত্তৰ: 2.7।

27. তলত দিয়া কোনবিধ সম্পদ নৱীকৰণ যোগ্য?

উত্তৰ: বায়ুত থকা অক্সিজেন।

28. তলত দিয়া কোনবিধ ইন্ধন জীৱাষ্ম নহয়?

উত্তৰ: খৰি।

29. পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?

উত্তৰ: 97।

30. দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?

উত্তৰ: এনিমিয়া।

31. আয়’ডিনৰ অভাৱত কি ৰোগ হয়?

উত্তৰ: গৰল।

32. কোনবিধ কয়লা সৰ্বোত্তম?

উত্তৰ: এনথ্ৰাচাইট

33. বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?

উত্তৰ: 2500 কেলৰি।

34. বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে

উত্তৰ: জনসমতা ৰক্ষা কৰে।

35. খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?

উত্তৰ: উত্তৰ প্ৰদেশ।

36. পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে?

উত্তৰ: শাল গছ।

37. বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?

উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।

38. অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?

উত্তৰ: ডিবগৈ।

39. পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?

উত্তৰ: জাপান।

40. তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?


উত্তৰ: গংগা HD 2643

<<Part: 01                     Part: 02>>
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download