50 important GK Question And Answers in Assamese: Assam Gk 2020 For Job Exam [Part: 03]

Assam GK Part: 03


GK 2019: General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

1. কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্য্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে?

উত্তৰ: 1987।

2. নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: মেধা পাটেকাৰ।

3. জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰব নগণ্য?

উত্তৰ: উচ্চ শিক্ষা।

4. নিজম উপত্যকা আন্দোলনৰ(Silent Valley Movement) গুৰি ধৰোতা কোন আছিল?

উত্তৰ: কেৰেলা শাস্ত্ৰ পৰিষদ।

5. শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়?

উত্তৰ: শ্ৰৱণ।

6. কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ-

উত্তৰ: নষ্ট হয়।

7. সেউজ গৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান-

উত্তৰ: সৰ্বোচ্চ।

8. 1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ: ষ্ট’কহ’ম।

9. মাটিৰ বিকল্প-

উত্তৰ: নাই।

10. প্লেগ ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: পেষ্টিঅ’ৰেলা পেল্টিছ।

11. কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়?

উত্তৰ: বসন্ত।

12. কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়?

উত্তৰ: কলেৰা।

13. কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয়?

উত্তৰ: মেলেৰিয়া।

14. তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়?

উত্তৰ: হৃদৰোগ।

15. তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?

উত্তৰ: বৰ্ণান্ধতা।

16. বসন্ত ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।


17. জলাতংক ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ৰেবিজ ভাইৰাছ।

৭১)কলেৰা ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ভিব্ৰিঅ’ক’লেৰি।

18. কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: মাইক’ বেক্টেৰিয়াম লেপ্ৰি।

19. মেলেৰীয়া ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: প্লাজম’ডিয়াম।

20. এমিবিক গ্ৰহণীৰ বীজাণু কি?

উত্তৰ: এন্টামিবা হিষ্ট’লাইটিকা।

21. এলনিন(EL Nimo)কি?

উত্তৰ: গৰম পানীৰ সাগৰীয় সোঁত।

22. সেউজগৃহ পৰিঘটনা-

উত্তৰ: J.Fourier

23. এন্টাৰ্কটিকাত অ’জন হোল-

উত্তৰ: J.C.Farman

24. কলাকৰ্ষণ(Tissue Culture)-

উত্তৰ: Harrison

25. তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে?

উত্তৰ: হাইড্ৰ’জেন।

26. ষ্ট্ৰেট’সফিয়াৰত থকা কি গেছে অতি বেগুনী ৰশ্মি শোষণ কৰে?

উত্তৰ: অ’জন।

27. তলত দিয়া কোনবিধ গেছক সেউজ গৃহ গেছ নোবোলে?

উত্তৰ: অক্সিজেন।

28. ফ্ল’ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ অংগ প্ৰথমে প্ৰভাৱিত হয়?

উত্তৰ: দাঁত।

29. কোনবিধ প্ৰদূষকৰদ্বাৰা তাজমহলৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰা হৈছে?

উত্তৰ: চালফাৰ ডায়’ক্সাইড।

30. কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়?

উত্তৰ: পাৰা।

31. কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়?

উত্তৰ: ডেছিবেল।

32. ভূপাল গেছ দুৰঘৰ্টনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় 5100 লোক মৃত্যু মুখত পৰিছিল?

উত্তৰ: MIC

33. ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9ৰ ভিতৰত থাকে তাকে বোলে-

উত্তৰ: বৃহৎ ভূমিকম্প।


34. উইলি উইলি কি?

উত্তৰ: অষ্ট্ৰেলীয়াৰ চক্ৰবাত।

35. ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল?

উত্তৰ: সুমাত্ৰা।

36. বসুধা দিৱস(Earth Day)-

উত্তৰ: 22 এপ্ৰিল।

37. বিশ্ব জনসংখ্যা দিৱস-

উত্তৰ: 11 জুলাই।

38. ধপাত নিষিদ্ধ দিৱস(World No-Tobacco Day)-

উত্তৰ: 31 মে’।

39. ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল?

উত্তৰ: 1984 চনৰ 2 ডিচেম্বৰ।

40. ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-

উত্তৰ: 30 জানুৱাৰী।

41. বিশ্ব জল দিৱস-

উত্তৰ: 20 মাৰ্চ।

42. বিশ্ব বন দিৱস(World Forest Day)-

উত্তৰ: 21 মাৰ্চ।

43. বিশ্ব স্বাস্থ্য দিৱস-

উত্তৰ: 7 এপ্ৰিল।

44. ইউক্ৰেইনত অৱস্থিত চেৰ্ন’বিল নিউক্লীয় ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা ঘটিছিল?

উত্তৰ: 1986।

45. উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল-

উত্তৰ: খাদ্য।

46. ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?

উত্তৰ: ড° এম.এচ.স্বামীনাথন।

47. উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-

উত্তৰ: কলচী উদ্ভিদ।

48. সৰ্পগন্ধা কি?

উত্তৰ: এবিধ বনৌষধি।

49.মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া-

উত্তৰ: লুপ্ত প্ৰজাতি।

50. বিশ্ব পৰিৱেশ দিৱস-

উত্তৰ: 5 জুন।

<< Part: 01                            Part: 02 >>
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download