Assam GK || Important Gk History Questions and Answers 2019 For Constitution of India

GK 2019 : General Knowledge important questions and answers for Competitive exam & Government Job exam preparation and Interview. Current GK important Quiz Questions with answer and explanation. General Knowledge 2019 for candidates who are preparing for Competitive or Government Job examinations and GK Interview can read this page Today General Knowledge GK questions and answers and 
online practice GK quiz for better results. This website is provide Assamese or English language type of general knowledge GK questions

Assam History (GK) Important Questions and Answers 2019 For Constitution of India

1. নৱ প্ৰস্তৰ যুগ___ খ্ৰী্টপূৰ্বাব্দৰ পৰা ___ খ্ৰী্টপূৰ্বাব্দত লৈকে জুৰি আছিল ।
10000-5000

2. প্ৰথমে সৈভটা ___ ৰ উপৰত গঢ়ি উঠিছিল ।
নদী উপত্যকা

3. তলৰ কোনটো সমাজৰ গুৰুতত্বপূৰ্ন বৈশিষ্ট্য যেতিয়া সংশ্লিষ্ট সমাজখনে সৈভতাৰ স্তৰত উপনীত হয় ।
চহৰৰ উত্থান

4. মধ্য প্ৰস্তৰ যুগৰ অন্য নাম___ ।
মেশ্লিথিক যুগ

5. ইণ্ডো আৰ্যসকল___ প্ৰজিতিৰ অন্তৰ্ভুক্ত ।
ককেছিয়

6. প্ৰত্ন প্ৰস্ত যুগৰ  মানহৰ মুখ্য জীৱিকা আছিল ।
মাছ ধৰা

7. হৰপ্পা সৈভতা ___ চনত আৱিষ্কাৰ হৈছিল ।
1920 চনত

8. বৃহৎ স্থানাগাঁৰ ___ ত পোৱা যায় ।
মহেঞ্জদাৰোত

9. মহাকাব্য কেইখন ___ ত লিখা হৈছিল ।
শেষৰ বৈদিক যুগত

10. সিন্ধু উপউত্যৰ লোকসকলে ___ ৰ লগত বৈদেশিক বাণিজ্য চলাইছিল ।
মেচপটেমিয়া

11. ভাৰতত পোৱা প্ৰাচীনতম মানৱ শৈভতা টো হৈছে___ ।
সিন্ধু সভ্যতা

12. জৈন ধৰ্মৰ ত্ৰিৰাত্ন___ ৰে গঠিত ।
সৎ বিশ্বাস, সৎ চেতনা, সৎ আচৰণ

13. ভগৱান বুদ্ধৰ চাৰিটা মহান সত্য ৰ সঠিক ক্ৰম কোনটো ?
দুখ আৰু যন্ত্ৰণাৰ প্ৰধান কাৰণ হৈছে লোভ 

14. ভগৱান বুদ্ধৰ মতে মুক্তি লাভৰ প্ৰধান পথ কোনটো ?
অহিংসা আচৰণ

15. ত্ৰিপিটক হৈছে___ ।
বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ

16. কাক দিল্লীৰ চুলটানি সাম্ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে  গণ্য কৰা হয় ?
ইলটোতমিছ

17. কিমান খ্ৰীষ্টাবদত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল ?
1526 খ্ৰীষ্টাবদত

18. ___ অশোকে ধৰ্মবিজয় নীতি গ্ৰহণ কৰে ।
কলিংগ যুদ্ধৰ পিছত

19. দীন- ইলাহী শব্দৰ অৰ্থ কি ?
আকবৰে আৰম্ভ কৰা নতুন ধৰ্ম

20. দিল্লীৰ চুলতানি সাম্ৰাজ্যৰ শাসন কৰা অন্তিম বংশটোৰ নাম কি ?
লোডী বংশ

21. বিক্ৰমাদিত্য হিচাপে জনাজাত গুপ্ত শাসক জন কোন ?
দ্বিতীয় চন্দ্ৰগুপ্ত

22. বাবৰে কাক পৰাজিত কৰি দিল্লীৰ সিংহাসন অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল ?
ইব্ৰাহিম লোডী

23. আহোম সকলে ___ ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ?
চৰাইদেউত


24. কিমান চনত চুকাফাৰ মৃত্যু হৈছিল ?
1268 চনত

25. ইতিহসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
1671 চনত

26. কোনজন ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত ৰাজধানী পাতিছিল ?
ভীষ্মক নামৰ ৰজাই

27. কমতা ৰাজ্যৰ কেতিয়া উত্থান ঘটিছিল ?
ত্ৰয়োদশ শতিকাত

28. কোনে কিমান খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য স্থাপন কৰিছিল ?
1187 খ্ৰীষ্টাব্দত  বিৰপালে

29. বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তা সকলক কি বুলি কোৱা হয় ?
বাৰভূঞা

30. ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ?
স্বামী বিবোনন্দই

31. কত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল ?
মিৰাটত

32. ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন আছিল ?
দাদাভাই নৌৰজী

33. স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগান দিয়া ধৰ্ম সংস্কাৰক জন কোন আছিল ?
স্বামী দয়ানন্দ

34. দিল্লীৰ চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল ?
জেনেৰেল বক্ত খান

35. চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল ?
চৰ্বিযুক্ত কৰ্টিজ ব্যৱহাৰৰ নিৰ্দেশ দিয়া 

39. ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ?
ডাদাভাই নৌৰজী

40. সীমান্ত গান্ধী হিচাপে কাক জনা যায় ?
খান আব্দুল গফুৰ খান

ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জঢ়িত আছিল ?
হিন্দুস্তান চছিয়েলিছ ৰিপাবলিকান আচ্ছছিয়ান


41. ব্ৰিটিছৰ পৰা পূৰ্বতে উত্থাপিত জাতীয়তাবাদী দাবী টো কি আছিল ? 
সাংবিধানিক সংস্কাৰ

42. দেশ্বক্তিমূলক গীত বন্দেমাতৰম কোনে ৰচনা কৰিছিল ? 
বংকিম চন্দ্ৰ চেটাৰ্জি 

43. কংগ্ৰেছৰ কোন খন অধিবেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত কৰা হৈছিল ?
লাহোৰ অধিবেশনত

44. স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিল ?
লৰ্ড মাউণ্ট বেটেন 

45. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল ?
ব্ৰিটিছ আৰু মনসকলৰ মাজত

46. 1921 চনত গঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি কোন আছিল ?
কুলধৰ চলিহা 

47. আসাম এশচিয়েচনৰ প্ৰথম সভাপতি কোন আছিল ?
কন্দৰ্পেশ্বৰ সিংহ

48. দিল্লীৰ চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল ?
জেনেৰেল বক্ত খান

49.  বৃহৎ স্থানাগাৰ কত পোৱা যায় ? 
মহেঞ্জদাৰোত

50. 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?
গোপীনাথ বৰদলৈ 
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download